Mihir Bordoloi মিহিৰ বৰদলৈ

Mihir Bordoloi

Mihir Bordoloi

4 thoughts on “Mihir Bordoloi মিহিৰ বৰদলৈ

  1. ফুল দিলো তোমাৰ হাতত
    হৃদয় সপিলো তোমাক
    তোমাৰ ভুবন ভৰাই দিলো
    প্ৰীতিৰ ৰূপালী জোনাক
    প্ৰীতিৰ ৰূপালী জোনাক
    ফুল দিলো তোমাৰ হাতত
    হৃদয় সপিলো তোমাক
    তোমাৰ ভুবন ভৰাই দিলো
    প্ৰীতিৰ ৰূপালী জোনাক
    প্ৰীতিৰ ৰূপালী জোনাক ৷

    কন্ঠ নিগৰি অহা
    গানৰ ভাষাৰে
    সজালো তোমাক নিতে (?)
    নতুন সুৰেৰে
    কন্ঠ নিগৰি অহা
    গানৰ ভাষাৰে
    বজালো তোমাৰ নিতে (?)
    নতুন সুৰেৰে ৷
    সপোন ৰহণ দিলো
    গানৰ আশাত
    সপোন ৰহণ দিলো
    গানৰ আশাত
    ফুল দিলো তোমাৰ হাতত
    হৃদয় সপিলো তোমাক
    তোমাৰ ভুবন ভৰাই দিলো
    প্ৰীতিৰ ৰূপালী জোনাক
    প্ৰীতিৰ ৰূপালী জোনাক

    বক্ষ উজাৰি দিলো
    প্ৰাণৰ পৰাগখিনি
    যদি দান দিলা সেয়ে
    হিয়াৰ মৰম তুমি
    মন যেন হ’ল আজি
    পখিলাৰ জাক
    মন যেন হ’ল আজি
    পখিলাৰ জাক
    ফুল দিলো তোমাৰ হাতত
    হৃদয় সপিলো তোমাক
    তোমাৰ ভুবন ভৰাই দিলো
    প্ৰীতিৰ ৰূপালী জোনাক
    প্ৰীতিৰ ৰূপালী জোনাক
    প্ৰীতিৰ ৰূপালী জোনাক
    প্ৰীতিৰ ৰূপালী জোনাক

  2. Can you add 1) Bate pothe log pua ejoni suwali tai ….2) Diya ei duyu bahu meli 3) Uronia pokhijaku uri uri uri gusi gol of Mihir Bordoloi

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s